পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান || General Knowledge for Exam || MCQ || Part 1


APSC, PNRD, APDCL আদি বিভিন্ন পৰীক্ষাৰ পৰা প্ৰশ্ন সংগ্ৰহ আৰু সমাধান কৰি প্ৰস্তুত কৰা হৈছে।

Q.1) কোন চনত অসমত জাতীয় খেল (National Games) অনুষ্ঠিত হৈছিল-

(A) ২০০২

(B) ২০০৩

(C) ২০০৫

(D) ২০০৭

Answer: (D) ২০০৭

 

Q2) গিবন বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত-

(A) চিৰাং

(B) ডিব্ৰুগড়

(C) কোকৰাঝাৰ

(D) যোৰহাট

Answer: (D) যোৰহাট

 

Q3) কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল-

(A) ১৯৭০

(B) ১৯৭২

(C) ১৯৭৫

(D) ১৯৭৭

Answer: (A) ১৯৭০

 

Q4) কোন চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয়-

(A) যোৰহাট

(B) শুৱালকুছি

(C) দিফু

(D) ডিগবৈ

Answer: (B) শুৱালকুছি

 

Q5) কোন স্থানত "ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী" অৱস্থিত-

(A) মাকোম

(B) মৰিয়নী

(C) লেপেটকটা

(D) নগাঁও

Answer: (C) লেপেটকটা

 

Q6) অসম কোন চহৰত এচিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে-

(A) টংলা

(B) জাগীৰোড

(C) ধুবুৰী

(D) তিনিচুকীয়া

Answer: (B) জাগীৰোড

 

Q7) কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল-

(A) ১৯৩৫

(B) ১৯৪২

(C) ১৯৪৮

(D) ১৯৫০

Answer: (C) ১৯৪৮

 

Q8) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

(A) কৃষ্ণকান্ত সন্দিকৈ

(B) হেমচন্দ্ৰ গোস্বামী

(C) পদ্মনাথ গোহাঞি বৰুৱা

(D) ৰজনীকান্ত বৰদলৈ

Answer: (A) কৃষ্ণকান্ত সন্দিকৈ

 

Q9) অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা-

(A) ১২

(B) ১৩

(C) ১৪

(D) ১৬

Answer: (C) ১৪

 

Q10) লক্ষ্মীনাথ বেজবৰুৱাক কোন চনত অসম সাহিত্য সভাৰ দ্বাৰা 'ৰসৰাজ' সন্মানেৰে সন্মানিত কৰা হৈছিল-

(A) ১৯১৭

(B) ১৯২২

(C) ১৯২৮

(D) ১৯৩১

Answer: (D) ১৯৩১

Post a comment

0 Comments